Integrity Score 1212
No Records Found
No Records Found
No Records Found
প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰা আৰু ৰক্তদান মহান দান এই বাৰ্তা সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ কৰা উদ্দেশ্যে অসমৰ কেউখন জিলা সামৰি পদযাত্ৰা কৰি অহা দৰং জিলাৰ গৌৰী শংকৰ কলিতা বৃহস্পতিবাৰে বিয়লি যোৰহাট জিলাত প্ৰৱেশ কৰাত তেওঁক আৰক্ষী বিভাগৰ তৰফৰ পৰা আদৰণি জনোৱা হয় ।
https://assam.nenow.in/gaurishankar-kalita-from-darrang-reached-teok-on-walking-to-create-awareness-on-nature-preservation-blood-donation/